গাঁওবোৰত ধুনীয়া কেঁচা আৰু পকী ৰাস্তা থাকে যিবোৰেৰে মানুহ অহা-যোৱা কৰে।
গাঁওৰ চাৰিওফালে পানীৰে ভৰা সুন্দৰ খাল আৰু বিল থাকে।
গাঁওৰ মানুহবোৰ সৰু সৰু মৰমৰ গৃহ বা ঘৰত শান্তিতে বাস কৰে।
এই সকলোবোৰ মিলিয়েই আমাৰ গাঁৱৰ পৰিৱেশ অতি মৰমৰ হৈ পৰে।
🎙️ Speech Challenge Arena
Listen to the question below, click the microphone button, and speak your answer out loud!
