গাঁওৰ মানুহে বিভিন্ন কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰে। ইয়াক বৃত্তি বোলে।
অধিকাংশ গাঁৱৰ মানুহ খেতি বাতিৰ লগত জড়িত হৈ থাকে।
কিছুমান মানুহে ঘৰতে কাপোৰ বোৱা আৰু হস্তশিল্পৰ কাম কৰে।
গাঁৱৰ মানুহৰ এই সৰল আৰু পৰিশ্ৰমী জীৱন আমাৰ বাবে আদৰ্শ।
Listen to the question below, click the microphone button, and speak your answer out loud!
Feedback goes here…
